বিশ্ব8 months ago
ভাৰতকে ধৰি ১২ খন দেশৰ ৰাষ্ট্ৰদূতক ঘূৰি আহিবলৈ আহ্বান নেপাল চৰকাৰৰ
গুৱাহাটী,২৪ ছেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী শ্বেৰ বাহাদুৰ দেউবা নেতৃত্বাধীন নেপাল চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ দ্বাৰা ১২ খন দেশত নিযুক্ত ৰাষ্ট্ৰদূতসকলক পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত লৈছে।...