ভাৰত1 year ago
কেৰালাত নতুনকৈ আন এক ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে
গুৱাহাটী,১৩ নবেম্বৰঃ কৰ’নাকেন্দ্ৰিক পৰিস্থিতি ভাৰতত কিছু উন্নত হোৱাৰ সময়তে শেহতীয়াকৈ ভাৰতত প্ৰৱেশ কৰিছে অন্য এবিধ ভাইৰাছ। এই ভাইৰাছ বিধৰ উপস্থিতি পোৱা গৈছে কেৰালাত। উল্লেখ্য যে কৰ’না...