ভাৰত8 months ago
আমেৰিকাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৬৫ ঘণ্টাত ২০খনকৈ গুৰুত্বপূৰ্ণ বৈঠক
গুৱাহাটী,২৭ ছেপ্তেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ পিছত দেওবাৰে দেশলৈ উভতি আহে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৬৫ ঘণ্টাত ২০খন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ...