গুৱাহাটী2 years ago
উৎকোচ লৈ ধৰা পৰিল পশু চিকিৎসা বিভাগৰ উপ-সঞ্চালক
গুৱাহাটী,২৪ নবেম্বৰঃ গুৱাহাটী মহানগৰীত উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল পশু চিকিৎসা বিভাগৰ এজন উপ-সঞ্চালক। ৰুক্মিণীগাঁৱত হাতে-লোটে ধৰা পৰে উপ সঞ্চালক অৰূপ জ্যোতি ভূঞা। গৰু কঢ়িওৱা বাহনৰ...