বিশ্ব2 years ago
পাকিস্তানত প্ৰৱল ভূমিকম্প : বহু লোক হতাহত হোৱাৰ আশংকা
গুৱাহাটী,৭ অক্টোবৰঃ পাকিস্তানত আজি ভয়ংকৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। এই ভূমিকম্পৰ ফলত কুৰিজনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ৰিখটাৰ স্কেলত ৫.৭ প্ৰাৱল্যৰ ভূমিকম্পটোৰ...