গুৱাহাটী1 year ago
গুৱাহাটীত পেট্ৰলৰ মূল্যই ১০০ৰ ঘৰ অতিক্ৰম কৰিলে
গুৱাহাটী,১০ অক্টোবৰঃ অৱশেষত গুৱাহাটী মহানগৰীতো পেট্ৰলৰ মূল্যই চেঞ্চুৰী মাৰিলে। দেওবাৰৰ দিনটোত গুৱাহাটীত এক লিটাৰ পেট্ৰলৰ দাম হলগৈ ১০০.০৭টকা। প্ৰিমিয়াম পেট্ৰলৰ মূল্যই ইতিমধ্যেই ১০০ ৰ ঘৰ অতিক্ৰম...