বিশ্ব2 years ago
সাত ঘণ্টা ধৰি স্তব্ধ ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম, মেছেঞ্জাৰ
গুৱাহাটী,৫ অক্টোবৰঃ যোৱানিশা প্ৰায় ৯.১৫ বজাৰ পৰা সমগ্ৰ বিশ্বতে একপ্ৰকাৰ স্তব্ধ হৈ পৰে চাৰিটাকৈ অতি জনপ্ৰিয় তথা ব্যৱহাৰকাৰী সামাজিক মাধ্যম ফেচবুক, হোৱাটছ এপ, ইনষ্টাগ্ৰাম আৰু মেছেঞ্জাৰ।...