উত্তৰ-পূব2 years ago
মেঘালয়ত ক্ৰমাৎ সক্ৰিয় হৈছে কেইবাটাও বিদ্ৰোহী সংগঠন
গুৱাহাটী,১৮ ছেপ্তেম্বৰঃ মেঘালয়ত বৃদ্ধি পাইছে কেইবাটাও বিদ্ৰোহী সংগঠনৰ কুচ-কাৱাজ। এই কথা সদৰী কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই। এক সাক্ষাৎকাৰত তেওঁ কয় যে চোৰাংচোৱাৰ তথ্য মতে ৰাজ্যখনত...