উত্তৰ-পূব2 years ago
জনজাতীয় নিবনুৱা যুৱক-যুৱতীৰ বাবে ত্রিপুৰা চৰকাৰৰ বিশেষ পাঠ্যক্ৰম
গুৱাহাটী,২২ ছেপ্টেম্বৰ : ত্ৰিপুৰা চৰকাৰে জনজাতীয় লোকসকলৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰ চৰকাৰে জনজাতীয় লোকৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। নিবনুৱাসকলক নিযুক্তিৰ...