অসম2 years ago
শিল-বালিৰ বিশাল অবৈধ ব্যৱসায়ৰ বাবে চৰকাৰে হেৰুৱাইছে বুজন পৰিমাণৰ ৰাজহ
গুৱাহাটী,২২ নৱেম্বৰঃ শিল-বালিৰ পৰা সংগৃহীত ৰাজহৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ৰাজ্য চৰকাৰে নতুন পদক্ষেপ লােৱাৰ পাছতাে অনিয়ম-দুর্নীতি অঞ্চলবিশেষে এতিয়াও অব্যাহত আছে। বিশেষকৈ বৰাক উপত্যকা আৰু কাৰ্বি আংলঙত...