অসম2 years ago
মনোনয়ন দাখিলৰ সময়ত কৰিব নোৱাৰিব সমদল তথা ৰাজহুৱা সভা
গুৱাহাটী,৭ অক্টোবৰঃ ৰাজ্যৰ পাঁচটা সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচন সন্দৰ্ভত আজি এখন সংবাদমেল সম্বোধন কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই। গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী...