গুৱাহাটী7 months ago
মহানগৰীত বৃদ্ধ দম্পতীক নৃশংসভাৱে হত্যা, শোৱাপাটীতে চোকা অস্ত্ৰৰে হত্যা দুৰ্বৃত্তৰ
গুৱাহাটী,২৬ অক্টোবৰঃ গুৱাহাটী মহানগৰীৰ বেলতলাত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। ছাৰ্ভেৰ চন্দন নগৰত বৃদ্ধ দম্পতীক হত্যা। দুৰ্বৃত্তই শোৱাপাটীতে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিলে বৃদ্ধ...