ভাৰত1 year ago
মহিলাৰ সুৰক্ষাৰ বাবে মুম্বাই আৰক্ষীৰ বিশেষ পদক্ষেপ
গুৱাহাটী,১৫ ছেপ্তেম্বৰঃ মহিলাৰ সুৰক্ষাৰ বাবে মুম্বাই আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মুম্বাইত ধাৰাবাহিকভাৱে বৃদ্ধি পাই থকা মহিলা নিৰ্যাতনৰ ঘটনাৰ পিছতেই আৰক্ষীয়ে এইধৰণৰ ঘটনা হ্ৰাসৰ লক্ষ্যৰে...