অসম1 year ago
অসমত একে নিশাই ৪৫৩ জন মাটিৰ দালাল গ্ৰেপ্তাৰ
গুৱাহাটী,২১ ছেপ্তেম্বৰঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে। সোমবাৰে ওৰেনিশা ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীয়ে বিশাল অভিযান...