অসম1 year ago
পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান
গুৱাহাটী,১ অক্টোবৰঃ আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। ৰাষ্ট্ৰীয় উদ্যানখন...