অসম6 months ago
ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ পৰা অসমে লাভ কৰিলে তিনিটাকৈ বঁটা
গুৱাহাটী,২০ নবেম্বৰঃ অসমৰ মীন বিভাগে হাইদৰাবাদত অৱস্থিত ৰাষ্ট্ৰীয় মীন উন্নয়ন বোৰ্ডৰ পৰা তিনিটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অনুপ কুমাৰ শৰ্মাই পাহাৰীয়া আৰু উত্তৰ-পূৱ ভাৰতৰ ৰাজ্যসমূহৰ...