উত্তৰ-পূব1 year ago
কংগ্ৰেছ ত্যাগ কৰি ১১ গৰাকী বিধায়কৰে তৃণমূল কংগ্ৰেছলৈ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা
গুৱাহাটী,২৫ নবেম্বৰঃ কংগ্ৰেছ দলত মোক্ষম আঘাত। মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাই ১১ গৰাকী বিধায়কৰ সৈতে যোগ দিছে তৃণমূল কংগ্ৰেছত। চাংমা নেতৃত্বাধীন বিধায়কসকলে ইতিমধ্যে এই সন্দৰ্ভত মেঘালয়...