অসম8 months ago
মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰৰ শীৰ্ষত অসম, অসমত বাঢ়িছে যৌতুক জনিত মৃত্যুৰ ঘটনা
গুৱাহাটী,১৬ ছেপ্তেম্বৰঃ একেৰাহে চতুৰ্থ বছৰৰ বাবে দেশৰ ভিতৰতে মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ অসমত সৰ্বাধিক। ২০২০ চনৰ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰোৰ পৰিসংখ্যাত এই তথ্য প্ৰকাশ পাইছে। ক’ভিড...