অসম7 months ago
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্মোৎসৱ
গুৱাহাটী,১৫ অক্টোবৰঃ জগতগুৰু মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ আজি ৫৭৩ তম জন্মোৎসৱ। ১৪৪৯ শৃষ্টাব্দত জন্মগ্ৰহণ কৰা মহাপুৰুষ জনাই নিজৰ কৰ্মৰাজীৰে সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ...