অসম2 years ago
অসমত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ
গুৱাহাটী,১৬ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ উখল-মাখল পৰিৱেশৰ মাজতে বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণৰ হাৰ। বৃহস্পতিবাৰে কৰ’ণা আক্ৰান্তৰ হাৰ ০.৮৫ শতাংশৰ পৰা ১.৫৩ শতাংশলৈ বৃদ্ধি পালে। ৰাজ্যখনত বৃহস্পতিবাৰৰ দিনটোত...