ভাৰত1 year ago
কানাড়া অভিনেত্ৰী সৌজন্যৰ আত্মহত্যা
গুৱাহাটী,১ ছেপ্তেম্বৰঃ মনোৰঞ্জন জগতৰ এটা দুখৰ খবৰ। কানাড়া অভিনেত্ৰী সৌজন্যৰ আত্মহত্যা। অভিনেত্ৰীগৰাকীয়ে বাংগালুৰুৰ কুম্বালগোডুত থকা তেওঁৰ এপাৰ্টমেণ্টত আত্মহত্যা কৰে। অভিনেত্ৰীগৰাকীৰ মৃতদেহ তেওঁৰ কোঠাত ওলমি থকা অৱস্থাত...