অসম6 months ago
অসম ৰাইফলছৰ শ্বহীদ জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন স্বাস্থ্যমন্ত্রীৰ
গুৱাহাটী,১৫ নবেম্বৰঃ উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা অসম ৰাইফলছৰ শ্বহীদ জোৱানৰ নশ্বৰদেহ আজি অসমলৈ অনা হয়। মণিপুৰত শণিবাৰে উগ্ৰপন্থীৰ আক্ৰমণত নিহত হোৱা অসমসন্তান আছাম ৰাইফলছৰ শ্বহীদ জোৱান...