অসম2 years ago
স্মার্ট মিটাৰ প্রকল্পৰ বাবে আনুষ্ঠানিক চুক্তিপত্র বিতৰণ মুখ্যমন্ত্রীৰ
গুৱাহাটী,১৬ নবেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ শক্তিখণ্ডৰ সংবর্ধনৰ জৰিয়তে জনসাধাৰণলৈ উন্নত বিদ্যুৎ সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে গুৱাহাটীৰ কইনাধৰাস্থিত ১ নং ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক অনুষ্ঠানত...