গুৱাহাটী2 years ago
হায়াত হাস্পতালত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন হাৰ্ট ফেইলাৰ ক্লিনিক মুকলি
গুৱাহাটী,২৯ ছেপ্টেম্বৰ: সমগ্ৰ দেশৰ লগতে অসমতো আজি বিশ্ব হৃদৰোগ দিৱস পালন কৰা হয়। দিৱসটোৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ওদালবাক্ৰাস্থিত হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন...