অসম7 months ago
“অসমীয়া বিজেপি বার্তা”ৰ ৫৯ সংখ্যক সংস্কৰণ উন্মােচন
গুৱাহাটী,১ নৱেম্বৰঃ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত এক অনুষ্ঠানত বিজেপিৰ মাহেকীয়া মুখপত্র “অসমীয়া বিজেপি বার্তাৰ” ৫৯ সংখ্যক সংস্কৰণ উন্মােচন কৰা হয়। দলৰ জ্যেষ্ঠ নেতা...