অসম8 months ago
কাৰাগাৰত থকা অৱস্থাতে পুৰনি গোচৰত পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা
গুৱাহাটী,১৩ অক্টোবৰঃ কাৰাগাৰত থকা অৱস্থাতে এটা পুৰণি গোচৰত পুনৰ গ্রেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা। ৰাজকন্যা বৰুৱাক মঙ্গলবাৰে হাজিৰ কৰোৱা হয় কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।...