গুৱাহাটী1 year ago
৩৩ লাখতকৈ অধিক সদস্য ভৰ্তিৰ লক্ষ্য প্ৰদেশ কংগ্ৰেছৰ
গুৱাহাটী,১ নবেম্বৰঃ গুৱাহাটী ৰাজীৱ ভৱনত প্ৰদেশ কংগ্রেছৰ উদ্যোগত আজিৰে পৰা ৩১ মাৰ্চলৈ আয়োজন কৰা বিশেষ সদস্য ভৰ্তি অভিযানৰ শুভাৰম্ভ কৰা হয়। প্ৰদেশ কংগ্রেছৰ উপসভাপতি ৰাণা গোস্বামীয়ে...