গুৱাহাটী2 years ago
পুনৰ মুখ্যমন্ত্রীৰ জিম্মাত ৰৌণক আলী হাজৰিকা
গুৱাহাটী,১৩ অক্টোবৰঃ আয়তকৈ অধিক সম্পত্তিৰ গােচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰা নিলম্বিত উপ-আৰক্ষী মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকাক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়।...