অসম9 months ago
পল্টনবজাৰত ২৬ সন্দেহজনক ৰোহিংগীয়া গ্ৰেপ্তাৰ
গুৱাহাটী,১৩ ছেপ্তম্বৰঃ গুৱাহাটীৰ পল্টনবজাৰত আৰক্ষীয়ে ২৬ গৰাকীকৈ সন্দেহযুক্ত ৰোহিংগীয়ামূলৰ লোকক গ্ৰেপ্তাৰ কৰে। পল্টনবজাৰস্থিত কামৰূপা ল’জৰ পৰা আৰক্ষীয়ে সন্দেহজনক ৰোহিংগীয়া লোক কেইগৰাকীক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা...