অসম2 years ago
নিলম্বিত ডি আই জি ৰৌণক আলি হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
গুৱাহাটী,১৬ অক্টোবৰঃ আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুতৰ অভিযোগত মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰা নিলম্বিত ডি আই জি ৰৌণক আলি হাজৰিকাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। শনিবাৰে...